Type Here to Get Search Results !

সূচক আৰু ঘাত - অধ্যায় 13 - গণিত - সপ্তম শ্ৰেণী (অনুশীলনী- 13.3 )-Index and Power - class 7

অনুশীলনী- 13.3 

1. তলৰ  সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰাঃ

(i) 5,273,294

(ii) 7,10,021

(iii) 6,400,000

(iv) 18,129

(v) 23961,32

(vi) 75,000,000,000

(vii) 70,010,000,000

(viii) 45026.9

(ix) 3206.19

(x) 475000000000 

সমাধানঃ 





2. তলৰ উক্তিবোৰত প্ৰকাশ পোৱা সংখ্যাবোৰ প্ৰামাণিক ৰূপত লিখাঃ

(i) চন্দ্ৰৰ ব্যাসাৰ্দ্ধ 1737.1 কিমি

(ii) পৃথিৱীৰ ব্যাসাৰ্দ্ধ 6771000 মিটাৰ

(iii) বুধ আৰু শুক্ৰগ্ৰহৰ মাজৰ দূৰত্ব 50,290,000 কিমি

(iv) বুধ আৰু বৃহস্পতিৰ মাজৰ দূৰত্ব 720,420,000 কিমি

(v) 1 আলোকবৰ্ষ = 9,460,700,000,000 কিমি

(vi) 1 নভোৱিক একক (AU) = 149,600,000 কিমি

(vii) চন্দ্ৰৰ ভৰ 73490,000,000,000,000,000,000 কিগ্ৰা

(viii) সূৰ্য্যৰ ব্যাসাৰ্দ্ধ 695510 কিমি

(ix) পৃথিৱীত 1,386,000,000 ঘন কিলোমিটাৰ সাগৰীয় পানী আছে 

(x) শূন্যত পোহৰৰ দ্ৰুতি 299,792,458 মিটাৰ/ছেকেণ্ড ( আনুমানিক 300,000,000 মিটাৰ ছেকেণ্ড )

সমাধানঃ





3. তুলনা কৰা ( কোনটো সংখ্যা ডাঙৰ )

(i) 57610000000000000 ; 576000000000000000

(ii) 343.6 x 10^19 ; .03436 x 10^17 

সমাধানঃ (i)


গতিকে ,  57610000000000000 > 576000000000000000 

 (ii) 

গতিকে , 343.6 x 10^19 > .03436 x 10^17

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Bottom Post Ad