Type Here to Get Search Results !

বিষয়ঃ অসমীয়া পাঠ নংঃ নামৰ বেবেৰিবাং ( সপ্তম শ্ৰেণীৰ পুনৰালোচনা )

ছাত্ৰ- ছাত্ৰীৰ বাবে  ১৫ দিনীয়া স্ব-শিকন সমল 

(সমল নং ১ )

( অষ্টম শ্ৰেণীৰ বাবে ) 

_____________________________________________________________________________________

বিষয়ঃ  অসমীয়া 

পাঠ নংঃ নামৰ বেবেৰিবাং 

( সপ্তম শ্ৰেণীৰ পুনৰালোচনা )

টোকাঃ এই  পাঠটো  যোৱা বছৰ সপ্তম  শ্ৰেণীত সম্পূৰ্ণ কৰিব নোৱাৰা বাবে তাত থকা গুৰুত্বপূৰ্ণ কথাখিনি আলোচনাৰ বাবে দিয়া হৈছে ৷

কাৰ্য-১ঃ

         '' নামটো  নিধনীৰাম হ'লেও মানুহজন আছিল দৰাচলতে ধনি ৷ ধনে -জনে তেওঁৰ ৰৰৈয়া গৃহস্থালি ৷ গোহালীত গৰু, পুখুৰীত মাছ, ভৰালত ধান, পেটাৰিত ধন-কোনোফালেই অভাবৰ মুখ দেখা পোৱা নাছিল ৷ তথাপি মানুহে তেওঁক নধনী বুলিহে মাটে ৷ এই নামটোৰে মতা সুনিলেই তেওঁৰ গাত যেন বিচা-বৰলে দাকে ৷ সদায় নিধনীৰামে ইয়াৰ প্ৰতিকাৰৰ কথাকেই ভাবি থাকে ৷ ভাবি ভাবি মনৰ দুখত এদিন তেউ ঘৰৰ পৰা ওলাই গ'ল ৷''

         ওপৰত দিয়া দফাটো ভালকৈ পঢ়া ৷ তাত থকা ভূল বানানবোৰ উলিয়াই তলৰ তালিকাখনত শুদ্ধকৈ লিখা - 
          
         উদাহৰণঃ ভূল - ধনি , শুদ্ধ - ধনী 


ভুল শুদ্ধ
ডৰাচলতে দৰাচলতে
জণে জ'নে
ৰৈৰয়া ৰৰৈয়া
গোহালী গোঁহালি
পুখুৰিত পুখুৰীত
পেতাৰিত পেটাৰিত
ধণ ধন
অভাবৰ অভাৱৰ
ভৰালত ভঁৰালত
তথাপী তথাপি
মাটে মাতে
সুনিলেই শুনিলেই
বিচা বিছা
দাকে ডাকে
প্ৰটিকাৰৰ প্ৰতিকাৰৰ
ঠাকে থাকে
মণৰ মনৰ
তেউ তেওঁ

কাৰ্য -২ঃ

তলত দিয়া শব্দসমূহৰ অৰ্থ তলৰ ঘৰটোৰ পৰা আনি লিখা-
শব্দ অৰ্থ
বেবেৰিবাং
সামঞ্জস্য
ব্যঙ্গাত্মক
সাউদ
ডাল-দৰিদ্ৰ
ৰৰৈয়া
ভেকাহি
হালোৱা
জাঁটলী
বাস্তৱ
খোৰাক
পদ্মলোচন
বেজবেজাই
দৰাচলতে
পেটাৰি
নিজৰা
মৰচেৰেলা
সজ



উত্তৰঃ



 


শব্দ অৰ্থ
বেবেৰিবাং বিশৃংখল
সামঞ্জস্য সমল
ব্যঙ্গাত্মক সংগতি (মিল থকা)
সাউদ সদগিৰি
ডাল-দৰিদ্ৰ আত - দুখীয়া
ৰৰৈয়া নদন বদন
ভেকাহি খঙেৰে মৰা ডাবি
হালোৱা হাল-বাওঁতা
জাঁটলী জঁট লগা চুলি থকা
বাস্তৱ সত্য
খোৰাক উপহাসমূলক
পদ্মলোচন পদুমৰ দৰে চকু
বেজবেজাই ডাকি যোৱাকৈ
দৰাচলতে প্ৰকৃততে
পেটাৰি জপাঁ
নিজৰা পৰ্বতৰ পৰা অলপ অলপকৈ বৈ অহাপানী
মৰচেৰেলা হাড়ে-চালে লগা
সজ ভাল

কাৰ্য-৩ঃ সম্বন্ধবাচক শব্দবোৰ লিখা -

তোমাৰ - 

(ক) দেউতাৰৰ  ককায়েক - বৰদেউতা 

(খ) দেউতাৰৰ ভায়েক -

(গ) দেউতাৰৰ বায়েক - 

(ঘ) দেউতাৰৰ ভনীয়েক -

(ঙ) মাৰাৰ  দেউতাক -

(চ) মাৰাৰ মাক -

(ছ) মাৰাৰ ককায়েক বা ভায়েক -

(জ) মাৰাৰ বায়েক -

(ঝ) মাৰাৰ  ভনীয়েক -

(ঞ) মাৰাৰ ককায়েকৰ পত্নী -

(ট) দেউতাৰাৰ  মোমায়েক - 

(ঠ) মাৰাৰ মোমায়েকৰ পত্নী -

(ড) পেহীয়েৰাৰ  গিৰিয়েক -

(ঢ) মাহীয়েৰাৰ গিৰিয়েক -

(ণ) বাইদেৱেৰাৰ  গিৰিয়েক - 

(ত) দদায়েৰা  বা ককায়েৰাৰ পত্নী - 

উত্তৰঃ 

(ক) দেউতাৰৰ  ককায়েক - বৰদেউতা 

(খ) দেউতাৰৰ ভায়েক - খুড়া 

(গ) দেউতাৰৰ বায়েক - জেঠাই 

(ঘ) দেউতাৰৰ ভনীয়েক - পেহী

(ঙ) মাৰাৰ  দেউতাক - ককা

(চ) মাৰাৰ মাক - আইতা 

(ছ) মাৰাৰ ককায়েক বা ভায়েক - মোমাই 

(জ) মাৰাৰ বায়েক - জেঠাই

(ঝ) মাৰাৰ  ভনীয়েক - মাহী 

(ঞ) মাৰাৰ ককায়েকৰ পত্নী - মামী

(ট) দেউতাৰাৰ  মোমায়েক - মোমাই ককা

(ঠ) মাৰাৰ মোমায়েকৰ পত্নী - মামী আইতা

(ড) পেহীয়েৰাৰ  গিৰিয়েক - পেহা

(ঢ) মাহীয়েৰাৰ গিৰিয়েক - মহা

(ণ) বাইদেৱেৰাৰ  গিৰিয়েক - ভিনি

(ত) দদায়েৰা  বা ককায়েৰাৰ পত্নী - খুৰী বা নবৌ 

কাৰ্য-৪ঃ 
তলৰ শব্দবোৰৰ প্ৰত্যয় ভাঙি দেখুওৱা- 

উদাহৰণঃ  জ্ঞানী = জ্ঞান + ঈ

প্ৰাণী = 

মানী = 

সূৰ্যমুখী =

বহুৰূপী =

সমভাগী = 

মৃত্যুঞ্জয়ী =

সহপাঠী =

আকাশী = 

নিলাজ =

মৰমী =

দৰদী = 

সাহসী =

উদাসী =

বিদায়ী =

উত্তৰঃ 


প্ৰাণী =  প্ৰাণ  +  ঈ

মানী =  মান + ঈ

সূৰ্যমুখী = সূৰ্য  + মুখ + ঈ

বহুৰূপী = বহু + ৰূপ + ঈ

সমভাগী = সম + ভাগ + ঈ

মৃত্যুঞ্জয়ী = মৃত্যু + ঞ্জয় + ঈ

সহপাঠী = সহ + পাঠ + ঈ 

আকাশী =  আকাশ + ঈ

নিলাজ = নিলাজ + ঈ

মৰমী = মৰম + ঈ

দৰদী =  দৰদ + ঈ

সাহসী = সাহস + ঈ

উদাসী = উদাস + ঈ 

বিদায়ী = বিদায় + ঈ

Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Please don't use spam link in the comment box.

Top Post Ad

Bottom Post Ad