(ক) তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ
ভৈলা , চড়িয়া , তাসম্বাক , খেড়ি , সুমৰন্তে , বিগুটিয়া , শুতিয়া , পাশ , হন্তে , পাতক , যাকেৰি , উতপাড়ে , মোড়ল , তৰণে , উতপাটক , মোড়ল
উত্তৰঃ
| পুৰণি অসমীয়া | আধুনিক অসমীয়া |
|---|---|
| ভৈলা | হ'ল |
| চড়িয়া | উঠি |
| তাসম্বাক | তেওঁলোকক |
| খেড়ি | খেলা |
| সুমৰন্তে | সুঁৱৰি |
| বিগুটিয়া | ঠাট্ৰা কৰা |
| শুতিয়া | শুই |
| পাশ | কাষ |
| হন্তে | পৰা |
| পাতক | পাপ |
| যাকেৰি | যাৰ |
| উতপাড়ে | উঘালে |
| তৰণে | পাৰ হ'বলৈ |
| উতপাটক | নিৰ্মূলকাৰী |
| মাধৈ | |
| পুহাইল | ৰাতিপুৱা |
| কয়লি | কৰিলে |
| যোহি | যি , যিজনে |
| ফুঙ্কিলা | ফুকিলে |
| আমি | আহি |
| হোৱে | হয় |
| হাৰলি | আজলি |
| ধ্বংসল | ধ্বংস কৰিলে |
| দেৱা | দেৱতা |
| লেল | ল'লে |
| ডৰত | ভয়তে |
ভালোবেসে ৰ আধুনিক ৰুপ
ReplyDeleteনপাৱন্ত শব্দৰ আধুনিক ৰূপ
ReplyDeleteসুজান শব্দৰ আধুনিক ৰূপ?
ReplyDeleteআখি,
Deleteচকু
Deleteচকু
Deleteজ্ঞানী
Deleteহাসয়
ReplyDeleteদোশন
ReplyDeleteতেজহ
ReplyDeleteHamu আৰু tupor adhunik nam ki
ReplyDeleteমাধৈ - আধুনিক ৰূপ
ReplyDeleteউতাৰল আধুনিক ৰূপ কি?
ReplyDeleteউতাৰল আধুনিক ৰূপ কি?
ReplyDeleteপাশ
ReplyDeletePlease don't use spam link in the comment box.