(ক) সমাৰ্থক শব্দ লিখাঃ
উত্তৰ ঃ
| শব্দ | সমাৰ্থক শব্দ |
|---|---|
| বৃক্ষ | গছ |
| সূৰ্য্য | বেলি |
| নিশা | ৰাতি |
| পীড়া | বিষ |
| পক্ষী | চৰাই |
| পদুম | পদ্ম |
| জুই | অগ্নি |
| নিপুণ | পাকৈত |
| কামিনী | |
| ঘাঁহ | |
| ধৰণী | পৃথিৱী |
| কপাল | ললাট , ভাগ্য |
| মেঘ | ডাৱৰ |
| প্ৰকৃত | আচল |
| সাগৰ | সিন্ধু |
| জোন | চন্দ্ৰ |
| কাপোৰ | বস্ত্ৰ |
| অতি | বৰ |
| হাতী | ঐৰাৱত |
| ছোৱালী | পুত্ৰী |
| ঘৰ | |
| নদী | নৈ |
| চকু | নেত্ৰ |
| নবীন | নতুন |
| অতিথি | আলহী |
| হিয়া | অন্তৰ |
Please don't use spam link in the comment box.