Type Here to Get Search Results !

পুৰণি শব্দৰ আধুনিক ৰূপ - দশম শ্ৰেণী- অসমীয়া ব্যাকৰণ (HSLC-2021)

(ক) তলত দিয়া  শব্দবোৰৰ  আধুনিক  ৰূপ  লিখাঃ

ভৈলা , চড়িয়া , তাসম্বাক , খেড়ি , সুমৰন্তে , বিগুটিয়া , শুতিয়া , পাশ , হন্তে , পাতক , যাকেৰি , উতপাড়ে , মোড়ল , তৰণে , উতপাটক , মোড়ল 

উত্তৰঃ
পুৰণি অসমীয়া আধুনিক অসমীয়া
ভৈলা হ'ল
চড়িয়া উঠি
তাসম্বাক তেওঁলোকক
খেড়ি খেলা
সুমৰন্তে সুঁৱৰি
বিগুটিয়া ঠাট্ৰা কৰা
শুতিয়া শুই
পাশ কাষ
হন্তে পৰা
পাতক পাপ
যাকেৰি যাৰ
উতপাড়ে উঘালে
তৰণে পাৰ হ'বলৈ
উতপাটক নিৰ্মূলকাৰী
মাধৈ
পুহাইল ৰাতিপুৱা
কয়লি কৰিলে
যোহি যি , যিজনে
ফুঙ্কিলা ফুকিলে
আমি আহি
হোৱে হয়
হাৰলি আজলি
ধ্বংসল ধ্বংস কৰিলে
দেৱা দেৱতা
লেল ল'লে
ডৰত ভয়তে

Post a Comment

15 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Please don't use spam link in the comment box.

Top Post Ad

Bottom Post Ad