Type Here to Get Search Results !

Areas Related to Circles -Mathematics-Class X -Exercise -12.1 -Assamese Medium -Chapter 12- বৃত্ত সম্বন্ধীয় কালি - সাধাৰণ গণিত- দশম শ্ৰেণী

    বৃত্ত সম্বন্ধীয় কালিৰ অনুশীলনী 12.1 ৰ সমস্যাসমূহঃ

    অনুশীলনী 12.1  

    অন্য ধৰণে দিয়া নাথাকিলে π = 22/7 লোৱা।

    1. দুটা বৃত্তৰ ব্যাসাৰ্দ্ধ যথাক্রমে 19 চে.মি. আৰু 9 চে.মি.। এটা বৃত্তৰ ব্যাসাৰ্দ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান।

    2. দুটা বৃত্তৰ ব্যাসাৰ্দ্ধ যথাক্রমে 8 চে.মি. আৰু 6 চে.মি.। এটা বৃত্তৰ ব্যাসাৰ্দ্ধ নির্ণয় কৰা যাব কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান।



    3. এখন ঘূৰণীয়া আকৃতিৰ ধনু-কাঁডৰ লক্ষ্য কেন্দ্ৰৰপৰা বাহিৰলৈ পাঁচটা নম্বৰ পোৱা অংশ ক্রমে সোণালী, ৰঙা, নীলা, ক’লা আৰু বগা ৰঙেৰে চিহ্নিত কৰি চিত্ৰ 12.3 ত আঁকি দেখুওৱা হৈছে। সোণালী ৰঙেৰে নিৰ্দ্দেশ কৰা অঞ্চলটোৰ ব্যাস 21 চে.মি. আৰু বাকী ৰং দিয়া অঞ্চলবোৰৰ প্ৰত্যেকৰে প্ৰস্থ 10.5 চে.মি.। ৰং দিয়া অঞ্চল প্ৰত্যেকৰে কালি নিৰ্ণয় কৰা।

                                



     চিত্ৰ 12.3


    4. এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস 80 চে.মি.। যেতিয়া গাড়ীখনে প্রতি ঘণ্টাত 66 কি.মি. দ্ৰুতিত গৈ থাকে, প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূর্ণ ঘূৰণ কৰে?

    5. তলত দিয়াবোবত শুদ্ধ উত্তৰত চিন দিয়া আৰু তোমাৰ বাছনিৰ যুক্তি দৰ্শোৱাঃ যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয়, তেন্তে বৃত্তটোৰ ব্যাসাৰ্দ্ধ হ'ল-

             (A) 2 একক          (B) π একক

             (C) 4 একক          (D) 7 একক

    বৃত্ত সম্বন্ধীয় কালিৰ অনুশীলনী 12.1 ৰ সমাধানসমূহঃ

    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Top Post Ad

    Bottom Post Ad