Type Here to Get Search Results !

Surface Areas and Volumes -Mathematics-Class X -Exercise -13.4 -Assamese Medium -Chapter 13- পৃষ্ঠকালি আৰু আয়তন - সাধাৰণ গণিত- দশম শ্ৰেণী

    পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.4 ৰ সমস্যাসমূহঃ

    অন্য ধৰণে উল্লেখ নাথাকিলে π = 22/7 লবা।

    1. এটা পানীখোৱা গিলাচ এটা 14 চে.মি. উচ্চতাৰ শংকুচ্ছেদ। ইয়াৰ দুই বৃত্তাকাৰ মূৰৰ ব্যাস 4 চে.মি. আৰু 2 চে.মি.। গিলাচৰ ধাৰণ ক্ষমতা নির্ণয় কৰা।

    2. এটা শংকুচ্ছেদৰ হেলনীয়া উচ্চতা 4 চে.মি. আৰু ইয়াৰ বৃত্তাকাৰ মূৰৰ পৰিসীমা (পৰিধি) হ’ল 18 চে.মি. আৰু 6 চে.মি.। শংকুছেদটোৰ বক্ৰপৃষ্ঠকালি নির্ণয় কৰা।

    CLASS X SEBA HSLC MATHS SOLUTION


    3. তুর্কীসকলে পৰিধান কৰা এটা টুপী (fez) এটা শংকুচ্ছেদৰ নিচিনা (চিত্ৰ 13.24চোৱা)। ইয়াৰ খোলা মুখৰ ব্যাসাৰ্দ্ধ 10 চে.মি., ওপৰৰ ভূমিৰ ব্যাসাৰ্দ্ধ 4 চে.মি. আৰু হেলনীয়া উচ্চতা 15 চে.মি.। এইটো প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা পদাৰ্থৰ কালি উলিওৱা।

    4. 16 চে.মি. উচ্চতাৰ শংকুচ্ছেদ এটুকুৰাৰ নিচিনা ধাতুৰ পাতেৰে নিৰ্মিত মুখৰ খোলা পাত্ৰ এটাৰ তলৰ আৰু ওপৰৰ ভূমিৰ ব্যাসাৰ্দ্ধক্রমে ৪ চে.মি. আৰু 20 চে.মি.। প্রতিলিটাৰত 20 টকা দৰত লোৱা গাখীৰেৰে পাত্ৰটো পূৰ্ণ কৰিবলৈ কিমান খৰচ পৰিব নির্ণয় কৰা। পাত্ৰটো নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰা ধাতুৰ পাতৰ খৰচ উলিওৱা যদি ইয়াৰ দাম প্রতি 100 বর্গ চে.মি.ত 8 টকা। ( π= 3.14 লোৱা)

    5. 20 চে.মি. ওখ আৰু 60° শীৰ্ষকোণ বিশিষ্ট ধাতুৰ লম্বীয়বৃত্তাকাৰ শংকু এটাক ভূমিৰ সমান্তৰালকৈ এখন সমতলে মাজতে দুটা ভাগ কৰি কাটিছে। যদি এনেদৰে পোৱা শংকুচ্ছেদটোৰপৰা 1/16 চে.মি. ব্যাসৰ তাঁৰ প্ৰস্তুত কৰা হয়, তাঁৰডালৰ দৈৰ্ঘ্য নির্ণয় কৰা।

    পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.4 ৰ সমাধানসমূহঃ


    Post a Comment

    0 Comments
    * Please Don't Spam Here. All the Comments are Reviewed by Admin.

    Top Post Ad

    Bottom Post Ad